পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ঠিকনা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ঠিকনা   বিশেষ্য

অর্থ : ঠিকনা বা স্থান সূচোৱা কোনো বিশেষ কথা যাৰ যোগেদি কাৰোবাৰ ওচৰত পাব পাৰি

উদাহরণ : মই তেওঁৰ ঠিকনা বিচাৰি ইয়াত পালোঁহি

অর্থ : কোনো ঠাই বা ব্যক্তি আদিক লগ পাবৰ বাবে দিয়া নির্দেশ ্ বা চিঠি আদিত লিখিত কাৰোবাৰ নাম আৰু বসবাস কৰা ঠাই আদি

উদাহরণ : ভুল ঠিকনা লিখা কাৰণে ডাকোৱালে বেলেগৰ চিঠি আমাৰ ঘৰত দি গʼল

অর্থ : নিশ্চিত বা নির্দিষ্ট স্থান

উদাহরণ : ঘৰত কোনো বস্তু নিজৰ ঠাইত নাথাকে

সমার্থক : ঠাই

चौपाल