পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ঠাহ খোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ঠাহ খোৱা   ক্ৰিয়া

অর্থ : খুব ভালকৈ ভৰি থকা

উদাহরণ : এই মোনাটো সূতাৰে ঠাহ খাই আছে

অর্থ : ভৰি থকা ঠাইত জোৰ-জবৰদস্তি সোমাই যোৱা

উদাহরণ : ৰামমোহন আৰু সোহনৰ মাজত ঠাহ খাই আছে

ঠাহ খোৱা   বিশেষণ

অর্থ : যʼত কিবা আছে (বিশেষকৈ ওজন বুজোৱাত)

উদাহরণ : ফলেৰে ভৰি থকা ডালটো দোঁ খাই আছে

সমার্থক : ভর্তি হোৱা, ভৰি থকা

चौपाल