পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ঠাণ্ডা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ঠাণ্ডা   বিশেষ্য

অর্থ : জলবায়ুৰ তাপমাত্রা কমিলে শৰীৰত হোৱা এনে এক অনুভূতি যাৰ বাবে কাপোৰ আদি মেৰিয়াই লʼবলৈ মন যায় অথবা ৰʼদ , জুই আদিৰ ওচৰত ৰৈ দিলে শৰীৰটো ভাল লাগে:আজি ৰাতিপুৱাৰ পৰাই মোৰ জাৰ লাগি আছে

উদাহরণ :

সমার্থক : জাৰ, শীত, শৈত্য

ঠাণ্ডা   বিশেষণ

অর্থ : যাৰ স্বভাৱত ক্রোধ বা আৱেশ নাই

উদাহরণ : ৰোহিতৰ শান্ত স্বভাৱক সকলোৱে ভাল পায়

সমার্থক : শান্ত

অর্থ : যিটো জ্বলি বা দগ্ধহৈ যোৱা নাই

উদাহরণ : জুইকুৰা লাহে-লাহে ঠাণ্ডা হৈ গʼল

অর্থ : যি উষ্ণ নহয়

উদাহরণ : পথিকে নদীৰ ঠাণ্ডা পানী খাই আছে

সমার্থক : শীতল

অর্থ : যʼত শীতলতা আছে

উদাহরণ : কালি আবেলি ঠাণ্ডা বতাহ বলিছিল

সমার্থক : শীতল, ্ চেঁ্চা

অর্থ : ৰং সিদ্ধান্ত অনুসৰি শীতলতা প্রদান কৰোতা

উদাহরণ : নীলা এক শীতল ৰং

সমার্থক : শীতল

चौपाल