পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে টেবুল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

টেবুল   বিশেষ্য

অর্থ : লিখা-পঢ়া বা খোৱা-বোৱা কৰিবলৈ সজা চাৰিটা খুটি থকা ওখ আচবাব

উদাহরণ : মেজত কিতাপবোৰ খেলি-মেলি হৈ আছে

সমার্থক : মেজ

অর্থ : পৃথক পৃথক স্তম্ভ অথবা শাৰীৰ ৰূপত থকা শ্্ব্দ, পদ, অংক আদিৰ সেই বিন্যাস যʼত সেই শ্্ব্দ, পদ, অংক আদিৰ পাৰস্পৰিক সম্বন্ধ বা কিছুমান বিশেষ তথ্যৰ নির্দেশ ্কৰা থাকে

উদাহরণ : তালিকাৰ ব্যৱহাৰ অধ্যয়ন, গণনা আদি কৰিবলৈ কৰা হয়

সমার্থক : তালিকা

चौपाल