অর্থ : যিকোনো বস্তুৰ গোটা টুকুৰা
উদাহরণ :
এই মন্দিৰটো ডাঙৰ ডাঙৰ শিলাখণ্ডেৰে নির্মিত এই মন্দিৰটো শিলৰ ডাঙৰ ডাঙৰ টুকুৰাৰে নির্মিত
সমার্থক : খণ্ড
অর্থ : বৃত্ত বা পিণ্ডৰ নিচিনা ডাঙৰ গোলাকাৰ বস্তু
উদাহরণ :
শিশুটোৱে বৰফৰ টুকুৰা খাই আছে