অর্থ : কঁ্কালৰ তলৰ পিছফালে থকা ওখ অংশ
উদাহরণ :
তেওঁৰ নিতম্বত এটা ফোঁহা হৈছে
সমার্থক : কটি, তপিনা, নিতম্ব, পশ্চাৎ দেশ, শ্রোণী
অর্থ : সোনকালে বেয়া বা নষ্ট নোহোৱা বা কামত দিয়া
উদাহরণ :
ভাল কোম্পানীৰ উৎপাদিত সামগ্রী বেছিদিন চলে
সমার্থক : চলা