পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে জ্বলা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

জ্বলা   বিশেষ্য

অর্থ : জ্বলা হোৱা অৱস্থা বা ভাব

উদাহরণ : জ্বলাৰ কাৰণে মই এই আঞ্জাখন খাব নোৱাৰিলোঁ

জ্বলা   ক্ৰিয়া

অর্থ : জুইৰ দ্বাৰা কোনো অংগ পীড়িত কৰা

উদাহরণ : বোৱাৰীজনী আহাৰ ৰন্ধাৰ সময়ত জ্বলিল

সমার্থক : জ্বলি যোৱা

অর্থ : আনৰ লাভ বা হীত দেখি মনত হোৱা পোৰণি

উদাহরণ : ৰামৰ উন্নতি দেখি শ্যাম জ্বলে

সমার্থক : ঈর্ষা কৰা, দ্বেষ কৰা

অর্থ : জুই আদি লাগি নষ্ট হোৱা বা বেয়া হোৱা

উদাহরণ : এই কিতাপখনৰ কিছুমান পাত জুয়ে পুৰিলে

সমার্থক : জলা, জ্বলি যোৱা, পোৰা, পোৰা যোৱা

অর্থ : জুইৰ সংস্পর্শত ্এঙাৰ বা ছাই হোৱা কার্য

উদাহরণ : চৌকাত জুই জ্বলি আছে

সমার্থক : জ্বলি থকা, দগ্ধ হোৱা

জ্বলা   বিশেষণ

অর্থ : জ্বলা বা জ্বলোৱা

উদাহরণ : তেওঁ দগ্ধ মুখখন দেখাত ভয়ানক লাগে

সমার্থক : দগ্ধ

चौपाल