পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে জোৱান শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

জোৱান   বিশেষ্য

অর্থ : যিজনে যুৱাৱস্থাত ভৰি ৰাখিছে

উদাহরণ : এজন ন-জোৱানে দৌৰি দৌৰি চোৰটোক ধৰিলে

সমার্থক : ন-জোৱান, নৱ-যুৱক, নৱযুৱক, যুৱা

অর্থ : ষোল্লৰ পৰা পয়ত্রিশ বছৰ বয়সৰ ভিতৰৰ পুৰুষ

উদাহরণ : ভাৰতীয় যুৱকসকল পাশ্চাত্য সংস্কৃতিৰ ধামখুমীয়াত উটি ভাহি গৈছে

সমার্থক : তৰুণ, যুৱ, যুৱক

অর্থ : সেনা বা ফৌজত থাকি যুদ্ধ কৰাজন

উদাহরণ : তেওঁ এজন ্ সাহসী সৈনিক

সমার্থক : চিপাহী, যুঁ্জাৰু, যোদ্ধা, সৈনিক, সৈন্য, ৰণুৱা

चौपाल