অর্থ : মাটিৰ নিচেই ওচৰৰ পৰা চাৰিওফালে প্রসাৰিত হৈ ওলোৱা ডালৰ উদ্ভিদ
উদাহরণ :
এই জংঘল জোপোহাৰে ভৰি আছে
সমার্থক : জোপোহা
অর্থ : ঘন আৰু কাঁইটীয়া উদ্ভিদ
উদাহরণ :
চিকাৰীটোক দেখিয়েই বনৰীয়া গাহৰিটো জোপোহাত লুকাই পৰিল
সমার্থক : জোপোহা