পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে জোখা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

জোখা   ক্ৰিয়া

অর্থ : কোনো বস্তুৰ গুৰুত্ব বা ওজনৰ পৰিমাণ জানিবৰ কাৰণে দগা-পাল্লা বা তর্জু আদিত উঠোৱা কার্য

উদাহরণ : দোকানীজনে ধান জুখি আছে

সমার্থক : ওজন কৰা

অর্থ : ওজন কৰা কার্য ্হোৱা

উদাহরণ : গোটেই শষ্যবোৰ জোখা হʼল

সমার্থক : ওজন কৰা

অর্থ : ওজন কৰা

উদাহরণ : দহ বস্তা ধান জোখা হʼল

সমার্থক : ওজন কৰা

অর্থ : জোখ লোৱা হোৱা

উদাহরণ : দুখীয়াসকলক দিবৰ বাবে মাটি জোখা হʼল

অর্থ : কোনো বস্তু, কার্য আদিৰ বিস্তাৰ ঘনত্ব আদিৰ মান বা পৰিমাণ উলিওৱা কার্য

উদাহরণ : তেওঁ ্কাপোৰখিনি মিটাৰত জুখিছে

সমার্থক : মাপ কৰা

জোখা   বিশেষণ

অর্থ : জোখ-মাপ কৰা

উদাহরণ : এই ডুলি কেইটাত জোখা ধান থোৱা হৈছে

অর্থ : যিটো মাপ কৰা হৈছে

উদাহরণ : এই চাউলখিনি জোখা হৈছে

সমার্থক : মাপিত

चौपाल