পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে জুম শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

জুম   বিশেষ্য

অর্থ : চলয়মান ভীৰ বা যি ভীৰ কোনো ঠাইলৈ অহা যোৱা কৰিব পাৰে

উদাহরণ : মানুহ জুমৰ আগে আগে এদন যুৱক গৈ আছিল

সমার্থক : জাক

অর্থ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ

উদাহরণ : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে

সমার্থক : গণ, গোট, জাক, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ

অর্থ : একে সময়ত একে ঠাইতে বহুতো মানুহ গোট খোৱা

উদাহরণ : নি্র্বাচনৰ সময়ত ঠায়ে-ঠায়ে মানুহৰ সমাগম দেখিবলৈ পোৱা য়ায়

সমার্থক : ভিৰ, সমাগম

चौपाल