পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে জীৱন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

জীৱন   বিশেষ্য

অর্থ : জীৱিত বুজাবলৈ থকা প্রাণীৰ চেতন শক্তি

উদাহরণ : শৰীৰৰ পৰা প্রাণ ওলাই যোৱা মানেই মৃত্যু

সমার্থক : আত্মা, চেতনা, জান, জিন্দেগি, জীউ, জীৱ, প্রাণ, পৰাণ

অর্থ : জীৱিত থাকিবৰ কাৰণে আৱশ্যক হোৱা পৰিস্থিতি যʼত বতাহ, পানী আদি থাকে

উদাহরণ : বিজ্ঞানীসকলে চন্দ্রত জীৱন আছেনে নাই সেই বিষয়ে অনুসন্ধান অব্যাহত ৰাখিছে

অর্থ : জীয়াই থকা অৱস্থা

উদাহরণ : যেতিয়ালৈকে জীৱন আছে তেতিয়ালৈকে আশা আছে

সমার্থক : চেতনা, জান, জিন্দেগি, জীউ, জীৱ, ধাতু, প্রাণ, পৰাণ

অর্থ : যি সময় জুৰি কোনো বস্তু বা পদার্থ ্চলমান অৱস্হাত থাকে

উদাহরণ : বেছিভাগ বৈদ্যুতিক উপকৰণৰে আয়ুস অলপীয়া হয়

সমার্থক : আয়ুস

অর্থ : জীৱন যাপন কৰাৰ ধৰণ বিশেষ

উদাহরণ : নি্র্বাচন অহাৰ লগে লগেই নেতাসকলে ৰাজনৈতিক জীৱনত সক্রিয় হৈ পৰে

অর্থ : জীৱিত প্রাণী

উদাহরণ : ডুবাৰুৰ কাৰণে বানত ডুবিবলৈ ধৰা লোকসকলৰ জীৱন ৰক্ষা পৰিল

चौपाल