পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে জল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

জল   বিশেষ্য

অর্থ : পৃথিৱীৰ যি ভাগত পানী থাকে

উদাহরণ : পৃথিৱীৰ প্রায় এক তৃতীয়াংশই জলীয় ধৰাতলেৰে আগুৰি আছে

সমার্থক : জলীয় ধৰাতল, জলীয়-ধৰাতল

অর্থ : মেঘৰ পৰা পৰি সাগৰ নদী, পুখুৰী আদি ভৰা এবিধ জুলীয়া বস্তু যাক খোৱা, ধোৱা আদি কামত ব্যৱহাৰ কৰা হয়

উদাহরণ : পানীয়েই প্রাণীৰ প্রাণ পৃথিৱীৰ চাৰিভাগৰ তিনিভাগেই পানী

সমার্থক : অপ, অম্বু, অম্ভ, উদক, নীৰ, পানী, পয়, বাৰি, সলিল

चौपाल