পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে জন্মভূমি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

জন্মভূমি   বিশেষ্য

অর্থ : কোনো লোকৰ জন্ম হোৱা ঠাই বা দেশ অথবা যি ঠাই বা দেশত কোনো লোকৰ জন্ম হৈছে

উদাহরণ : জন্মভূমিৰ ৰক্ষা কৰাটো আমাৰ সকলোৰে পৱিত্র ্কর্তব্য

সমার্থক : জনমভূমি, জন্ম স্থান, জন্মথলী, জন্মস্থান, মাতৃভূমি

অর্থ : যি স্থানত কাৰোবাৰ জন্ম হয়

উদাহরণ : এই প্রপত্রত আপুনি অপোনাৰ জন্ম স্থানো লিখা ৰামৰ জন্মস্থান অযোধ্যা

সমার্থক : জন্মস্থান

অর্থ : যি দেশত কোনোবা জন্ম হৈছে

উদাহরণ : ভাৰত মোৰ জন্মভূমি

সমার্থক : জন্মদেশ, পিতৃভূমি, মাতৃভূমি

चौपाल