পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চৰিত্রহীন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চৰিত্রহীন   বিশেষণ

অর্থ : নীচ মনৰ আৰু নীচ চৰিত্রৰ ব্যক্তি:তেওঁ এক নম্বৰ লম্পট

উদাহরণ :

সমার্থক : কামুক, খেচেৰা, খেচৰ, দুশ্চৰিত্র, বদমাচ, ব্যভিচাৰী, লম্পট, লুচ্ছা

অর্থ : বেয়া ব্যৱহাৰ কৰোতা বা যাৰ কোনো বেয়া স্বভাৱ আছে

উদাহরণ : তুমি ্তেওঁৰ লগ এৰি দিয়া, কিয়নো তেওঁ চৰিত্রহীন লোক

সমার্থক : কু-চৰিত্র, কুচৰিত্র, বেয়া-চৰিত্র

অর্থ : যিজন বেয়া বা নিন্দনীয় চৰিত্রৰ

উদাহরণ : চৰিত্রহীন ব্যক্তি সমাজৰ অভিশাপ স্বৰূপ

সমার্থক : দুশ্চৰিত্র, দুৰাচাৰী, ভ্রষ্টাচাৰী

चौपाल