পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চুঙা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চুঙা   বিশেষ্য

অর্থ : গোল-দীঘলীয়া ফোঁপোলা বস্তু

উদাহরণ : তেওঁ ্ পাইপেৰে নাৰিকলৰ পানী খাই আছে

সমার্থক : চুঙী, নল, নলা, নলিচা, নলী, পাইপ

অর্থ : জুই ফুকিবলৈ ব্যৱহাৰ কৰা বাঁহ, লোহা আদিৰ নলী

উদাহরণ : চুঙাৰে ফুকি ফুকি চৌকাৰ জুইকুৰা জ্বলাই আছে

সমার্থক : চুঙি, জুই ফুকা চুঙা

অর্থ : নলৰ আকাৰৰ কোনো বস্তু

উদাহরণ : জীৱজন্তুৰ বেমাৰ হʼলে বাঁহৰ নলিচাৰে ঔষধ খুওৱা হয়

সমার্থক : নলিচা

चौपाल