পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চিনা-জনা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চিনা-জনা   বিশেষ্য

অর্থ : কাৰোবাৰ সৈতে চিনাকি হোৱা অৱস্থা বা ভাব

উদাহরণ : শ্যামৰ ডাঙৰ ডাঙৰ লোকৰ সৈতে চিনা-পৰিচয় আছে

সমার্থক : চিনা-পৰিচয়

চিনা-জনা   বিশেষণ

অর্থ : যিটো জনা বা চিনাকি

উদাহরণ : তেওঁ ্ কেইজনমান পৰিচিত লোকৰ লগত ঘূৰি ঘূৰি সকলোকে নৱবর্ষৰ ্ শুভকামনা জনাইছে

সমার্থক : চা-চিনাকি, জনা-শুনা, জনাশুনা, পৰিচিত

चौपाल