অর্থ : মেকুৰী প্রজাতিৰ এবিধ হিংস্র বনৰীয়া জন্তু!
উদাহরণ :
চিতাবাঘ বৰ বেগাই দৌৰিব পৰা জন্তু
সমার্থক : চিতাবাঘ
অর্থ : মৃতকক সৎকাৰ কৰা কাঠ বা বাঁহৰ মেজি
উদাহরণ :
আজিৰ পৰিস্থিতি দেখি এনে লাগে যেন গান্ধীজীৰ চিতাৰ লগতে পৰস্পৰৰ সদ্ভাৱ, প্রেম, অহিংসা সকলো জ্বলি ্ছাঁই হৈ গʼল