পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চিকিৎসা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চিকিৎসা   বিশেষ্য

অর্থ : ৰোগ নিৰাময় কৰা প্রক্রিয়া

উদাহরণ : গাঁৱৰ ৰোগীসকলে চিকিৎসাৰ কাৰণে চহৰলৈ যাবলগীয়া হয়

সমার্থক : প্রতিকাৰ

অর্থ : চিকিৎসকৰ কাম বা পেছা

উদাহরণ : তেওঁ চিকিৎসা কৰি নিজৰ পৰিয়ালৰ ভৰণ পোষণ দি আছে

সমার্থক : ডাক্তৰী

চিকিৎসা   বিশেষণ

অর্থ : যাৰ (ৰোগ) আৰোগ্য হোৱাটো সম্ভৱ

উদাহরণ : বৈজ্ঞানিকসকলে বর্ত্্মানসকলো ৰোগৰে চিকিৎসা সম্ভৱ কৰি তোলাৰ প্রয়াস চলাই আছে

সমার্থক : আৰোগ্যসাধ্য, চিকিৎসনীয়, চিকিৎসাসাধ্য

অর্থ : চিকিৎসা সম্বন্ধীয়

উদাহরণ : ডাক্তৰে চিকিৎসা সেৱাত লাগি আছে

সমার্থক : মেডিকেল

चौपाल