পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চাল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চাল   বিশেষ্য

অর্থ : সফলতা লাভ কৰিবৰ কাৰণে চতুৰতাৰে লগোৱা যুক্তি

উদাহরণ : তেওঁ ্কৌশল কৰি অধ্যক্ষৰ পদটো হস্তগত কৰিলে

সমার্থক : অভিপ্রায়, কূট, কূটকৌশল, কৌশল, ফন্দ, ফন্দি, মতলব

অর্থ : কুস্তিত বিপক্ষক হৰোৱাবৰ বাবে কামত লগোৱা বুদ্ধি

উদাহরণ : তেওঁ একেটা চালতে শকত মল্লযোদ্ধাজনক চিৎ কৰি দিলে

সমার্থক : কৌশল

অর্থ : খেৰজাতীয় বস্তুৰে ঘৰৰ ওপৰ অংশত দিয়া আচ্ছাদন!

উদাহরণ : বৰষুণত ঘৰৰ চালৰ পৰা পানী পৰিবলৈ ধৰিলে

সমার্থক : চালি

অর্থ : দবা, তাচ আদি খেলত পাত বা গুটি বাজি মাৰিবলৈ আগবঢ়োৱা কার্য

উদাহরণ : চাল খেলাৰ এইবাৰ আপোনাৰ পাল

সমার্থক : বাজি

चौपाल