অর্থ : গাখীৰ ফটাই তাৰ পানীভাগ আঁ্তৰালে ৰৈ যোৱা অংশ
উদাহরণ :
পনীৰেৰে নানা ধৰণৰ মিঠাই আৰু তৰকাৰী বনাব পাৰি
সমার্থক : পনীৰ
অর্থ : বিশেষকৈ দাইল হিচাপে খোৱা এবিধ মাহজাতীয় শস্য
উদাহরণ :
বুটৰ চাটুগুড়ি খাবলৈ বৰ সোৱাদ লগা
সমার্থক : বুট