অর্থ : গাড়ী অথবা কল-কাৰখানা আদিত লগোৱা চক্র বিশেষ যাক ধুৰাত লগাই ঘূৰালে গাড়ী বা কল-কাৰখানা চলোৱা হয়
উদাহরণ :
এই গাড়ীখনৰ আগ চকাটো বেয়া হৈ গʼল
সমার্থক : চকা
অর্থ : খুটিৰ ওপৰত ঘূৰি থকা যি চক্রত কুমাৰে বাচন তৈয়াৰ কৰে
উদাহরণ :
কুমাৰে বাচন বনাবৰ বাবে চাকখন ঘূৰালে