পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ঘাতক শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ঘাতক   বিশেষ্য

অর্থ : যি প্রাণদণ্ড দিয়াসকলক বধ কৰে

উদাহরণ : ঘাতকে মৃত্যুদণ্ড শাস্তি পোৱা সকলক ফাঁচিত ওলমাই দিলে

অর্থ : হিংসা কৰা বা মাৰি পেলাব পৰা প্রাণী

উদাহরণ : জংঘলত প্রৱেশ কৰাৰ আগতে হিংস্র জন্তুৰ পৰা বাছিবৰ উপায়ো ভাবি লোৱা উচিত

সমার্থক : হিংসুক, হিংস্র

ঘাতক   বিশেষণ

অর্থ : যি কাৰোবাক হত্যা কৰিছে

উদাহরণ : এই মোকর্দ্্মাত সকলো হত্যাকাৰী ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হʼল

সমার্থক : অপঘাতক, অপঘাতী, আততায়ী, খুনী, নিহন্তা, প্রাণহন্তা, প্রাণহন্ত্রী, বধকর্ত্তা, বধকাৰী, বিনাশক, মাৰক, সংহাৰক, হত্যাকাৰী, হননকাৰী, হন্তাৰক, হন্ত্রী, ্বধকর্তা

অর্থ : যাৰ দ্বাৰা কিহবাৰ প্রভাৱ নষ্ট বা দূৰ হয়

উদাহরণ : এই বিহখিনি মাৰক ঔষধ

সমার্থক : মাৰক

चौपाल