অর্থ : নাৰীয়ে ককালত মেৰিয়াই পিন্ধা ঘূৰণীয়া আৰু ভাঁজ দিয়া সাজ
উদাহরণ :
ঘাঘৰাই ককালৰ পৰা গোৰোহালৈকে ঢাকি ৰাখে
সমার্থক : ঘাগৰা
অর্থ : ঘাগৰা, পায়জামা আদি বান্ধিবৰ কাৰণে সূতাৰে বনাই লোৱা এক ধৰণৰ ৰছী
উদাহরণ :
ঘাঘড়াত গাঁঠিলগাৰ কাৰণে তাক কাটিবলগীয়া হʼল
সমার্থক : কমৰবান্ধনি, ঘাঘড়া