পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে গোলা-বাৰুদ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

গোলা-বাৰুদ   বিশেষ্য

অর্থ : অস্ত্রৰ দৰে প্রয়োগ কৰিব পৰা এক ধৰণৰ ৰাসায়নিক পদার্থ

উদাহরণ : নক্সালবাদীয়ে বোমা-বাৰুদৰ প্রয়োগ কৰি ডাঙৰ আক্রমণ কৰিছে

সমার্থক : বোমা-বাৰুদ

অর্থ : হিলৈ, বৰটোপ আদিত ভৰাই শত্রুৰ ওপৰত নিক্ষেপ কৰা লোহা, বাৰুদ আদিৰ গোলাকাৰ পিণ্ড

উদাহরণ : সেনাই কিল্লাটো অধিকাৰ কৰিবলৈ কেইবা টন গোলা-বাৰুদ খৰচ কৰিলে

चौपाल