অর্থ : কোনো নির্দিষ্ট আয়তন বা আকাৰৰ বস্তু যি গেছ বা তৰল নহয়
উদাহরণ :
পদার্থ ্গোটা, জুলীয়া আৰু গেছীয় এই তিনি অৱস্থাত পোৱা যায়
সমার্থক : গোটা পদার্থ
অর্থ : যিটো জুলীয়া বা গেছীয় নহয় অথবা নির্দিষ্ট আয়তনৰ বা আকাৰৰ বস্তু:শিল এটা গোটা পদার্থ
উদাহরণ :