পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে গোট শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

গোট   বিশেষ্য

অর্থ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ

উদাহরণ : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে

সমার্থক : গণ, জাক, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ

অর্থ : জমা হোৱা গোট খোৱা অৱস্থা বা ভাব

উদাহরণ : খেতি পথাৰত শস্যৰ গোট ভাল হৈছে

অর্থ : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি

উদাহরণ : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল

সমার্থক : দʼম, সমষ্টি, সমূহ, ৰাশি

অর্থ : যোগ্যতা, কর্তব্য আদিৰ বিচাৰেৰে কৰা বিভাগ

উদাহরণ : গান্ধীজী এজন উচ্চ ্বর্গৰ ্নেতা আছিল

সমার্থক : বর্গ, শ্রেণী

चौपाल