পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে গেছ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

গেছ   বিশেষ্য

অর্থ : ৰন্ধন প্রকৰণৰ কামত ব্যৱহাৰ কৰা গেছ

উদাহরণ : চহৰত ৰন্ধন গেছৰ ব্যৱহাৰ অধিক পৰিমাণে কৰা হয়

সমার্থক : ৰন্ধন গেছ

অর্থ : পাচন তন্ত্রত বদহজমৰ বাবে উৎপন্ন হোৱা বায়ু

উদাহরণ : পেটত অধিক অম্লতাৰ বাবে গেছ হয়

অর্থ : দ্রৱ্যৰ আকাৰহীন অৱস্থা যাৰ ঘনত্ব সকলোতকৈ কম হয়

উদাহরণ : বায়ু গেছৰ মিশ্রণ

অর্থ : বাষ্পশীল আৰু জ্বলনশীল হাইড্রʼকার্বনৰ মিশ্রণ

উদাহরণ : গেছ (খনিজ তেল..?) পৰিশোধন কৰি পেট্রʼল, ডিজেল আদি তৈয়াৰ কৰা হয়

चौपाल