পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে গুণ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

গুণ   বিশেষ্য

অর্থ : সদায় আচৰণ কৰি লাভ কৰা এক ব্যৱহাৰিক নিয়ম:তেওঁ পুৱা সদায় সোনকালে উঠা অভ্যাস

উদাহরণ :

সমার্থক : অভ্যাস, আত্মভাব, চৰিত্র, ধর্ম, ধাত, প্রকৃতি, প্রবণতা, প্রবৃতি, প্রবৃত্তি, স্বভাৱ, স্বৰূপ

অর্থ : কপাহ, ৰেচম আদিৰ পৰা তৈয়াৰ কৰা দীঘল মিহি ্ আঁহ, যি বোৱা-কটাত ব্যৱহাৰ হয়

উদাহরণ : এই শাৰীখন পাট সূতাৰে তৈয়াৰী

সমার্থক : সূতা, সূত্র, ৰজ্জু

অর্থ : গণিতত এটা সংখ্যাৰে আন এটা সংখ্যাৰ বৃদ্ধি কৰা কার্য

উদাহরণ : দুই আৰু দুই পূৰণ কৰিলে গুণফল চাৰি পোৱা যায়

সমার্থক : পূৰণ

অর্থ : ধনুত লগোৱা একপ্রকাৰৰ ৰচী যাৰ সহায়ত দূৰলৈ কাঁড় নিক্ষেপ কৰিব পাৰি

উদাহরণ : তেওঁ ধনুত গুণ লগাই আছে

সমার্থক : গুণা

অর্থ : কোনো বস্তুৰ উৎকৃষ্টতাৰ বিষয়ে জানিব পৰা অৱস্থা বা ভাব

উদাহরণ : তেওঁক ্পাঠশালাত নিজৰ গুণৰ কাৰণে সকলোৱে জানে

সমার্থক : গুণশালিতা, গুণালংকাৰ, গুণৱত্তা

অর্থ : কোনো বস্তুৰ মাজত পোৱা বিশেষ কথা বা তত্ত্ব যাৰ দ্বাৰা তেনে বস্তু অন্য বস্তুতকৈ পৃথক বুলি গণ্য কৰা হয়

উদাহরণ : সকলো বস্তুৰে কিছুমান লক্ষণ থাকে

সমার্থক : লক্ষণ

গুণ   বিশেষণ

অর্থ : গুণ বা বৃদ্ধি কৰা

উদাহরণ : সংস্কৃতিৰ সুবাস সহস্ৰ গুণ কৰিব পাৰি

चौपाल