পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে গুজৰাটী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

গুজৰাটী   বিশেষ্য

অর্থ : যিজন গুজৰাটৰ নিবাসী

উদাহরণ : গুজৰাটত হোৱা ভূমিকম্পই কিমান যে গুজৰাটীক অঘৰী কৰিলে

সমার্থক : গুজৰাট বাসী, গুজৰাট-বাসী

অর্থ : গুজৰাট ৰাজ্যৰ ভাষা

উদাহরণ : গুজৰাটীলোকৰ মাজত থাকি থাকি ্তেওঁ গুজৰাটী কʼবলৈ ধৰিলে

সমার্থক : গুজৰাটী ভাষা

অর্থ : যি লিপিত গুজৰাটী ভাষা লিখা হয়

উদাহরণ : মই গুজৰাটী পঢ়িব নোৱাৰোঁ

সমার্থক : গুজৰাটী লিপি

গুজৰাটী   বিশেষণ

অর্থ : গুজৰাটত থকা বা বসতি কৰা

উদাহরণ : গুজৰাটী লোকে বহুত পৰিশ্রম কৰিব পাৰে

অর্থ : গুজৰাটী ভাষাৰ সৈতে সম্বন্ধ থকা বা গুজৰাটী ভাষাৰ

উদাহরণ : তেওঁ নৰসিংহ মেহতাই লিখা গুজৰাটী গ্রন্থ পঢ়ি আছে

অর্থ : গুজৰাট সম্বন্ধীয়

উদাহরণ : নৱৰাত্রিত গুজৰাটী লোকে দাণ্ডি নৃত্য কৰে

चौपाल