পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে গা-ধোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

গা-ধোৱা   বিশেষ্য

অর্থ : নিকা বা শীতল কৰিবৰ কাৰণে গোটেই শৰীৰটো পানীৰে ধোৱা কার্য

উদাহরণ : সাধুলোকে স্নানৰ পাচত পূজা পাঠ কৰে

সমার্থক : জল-স্নান, স্নান

গা-ধোৱা   ক্ৰিয়া

অর্থ : কোনো তৰল পদার্থৰে শৰীৰ তিওৱা কার্য

উদাহরণ : তুমিচোন ঘামেৰে গা-ধুই পেলালা

অর্থ : শৰীৰ চাফা কৰিবলৈ পানীৰে ধোৱা কার্য

উদাহরণ : ককাদেউতাই জাৰৰ দিনত কুহুমীয়া পানীৰে গা-ধোৱে

সমার্থক : প্রক্ষালন কৰা, স্নান কৰা

গা-ধোৱা   বিশেষণ

অর্থ : যিজনে স্নান কৰিছে

উদাহরণ : গা-ধোৱা ব্যক্তিজনে ফাকু খেলিবলৈ হোহঁ্কা-পিছলা কৰি আছিল

সমার্থক : স্নাত

चौपाल