অর্থ : কʼৰবাত বিন্ধিবলৈ বা পুতিবলৈ ব্যৱহাৰ কৰা লোহা বা কাঠৰ মিহি খুঁটি
উদাহরণ :
ৰামে কাপোৰ ওলমাবলৈ বেৰত গজাল মাৰিছে
সমার্থক : গোঁজ
অর্থ : ধাতুৰে তৈয়াৰী শাল বা খিলা
উদাহরণ :
তেওঁ চিগা চেণ্ডেলজোৰত গজাল মাৰি আছে