পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে খুৰোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

খুৰোৱা   ক্ৰিয়া

অর্থ : ক্ষুৰ আদিৰে মূৰৰ চুলি পৰিস্কাৰ কৰা

উদাহরণ : শিশুটোৰ চুলি খুৰোৱা হʼল

অর্থ : মূৰ আদিৰ সম্পূর্ণ চুলি আতৰাই পেলোৱা

উদাহরণ : নাপিতে তেওঁৰ মূৰ খুৰাইছে

সমার্থক : মুণ্ডন কৰা

অর্থ : শিৰ আদিৰ পৰা চুলি ্আঁতৰোৱা কার্য

উদাহরণ : নাপিতৰ ওচৰলৈ গৈ তেওঁ নিজৰ মূৰৰ চুলি খুৰালে

সমার্থক : মুণ্ডন কৰা

चौपाल