পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে খাৰিজ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

খাৰিজ   বিশেষণ

অর্থ : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই

উদাহরণ : চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে

সমার্থক : অননুমোদিত, অস্বীকৃত, নামঞ্জুৰ, প্রত্যাখ্যাত

অর্থ : যিটো ৰদ বা নাকচ কৰি দিয়া হৈছে

উদাহরণ : সম্পত্তি ৰখা সম্বন্ধীয় এটা প্রস্তাৱক লোকসভাত নাকচ কৰি দিয়া হৈছে

সমার্থক : নাকচ, ৰদ

অর্থ : এৰা বা ত্যাগ কৰা বা পৃথক কৰা

উদাহরণ : সমাজৰ পৰা বহিষ্কৃত কৰা মানুহৰ ঘৰৰ লগত কোনো লোকে সম্পর্ক ্বজাই ৰাখিব নিবিচাৰে

সমার্থক : বহিষ্কৃত

অর্থ : বাহিৰ কৰা বা উলিয়াই পঠিওৱা

উদাহরণ : প্রতিযোগিতাৰ পৰা বহিষ্কৃত খেলুৱৈসকলে কৈফিয়ৎ দিয়াৰ কাৰণে আৰু এবাৰ সুযোগ প্রদান কৰা হʼব

সমার্থক : বহিষ্কৃত

चौपाल