অর্থ : কোনো কবিতা বা গীতৰ কোনো চৰণ বা পদ
উদাহরণ :
সীতাই স্বৰচিত কবিতাৰ এটা খণ্ড শুনালে
অর্থ : যিকোনো বস্তুৰ গোটা টুকুৰা
উদাহরণ :
এই মন্দিৰটো ডাঙৰ ডাঙৰ শিলাখণ্ডেৰে নির্মিত এই মন্দিৰটো শিলৰ ডাঙৰ ডাঙৰ টুকুৰাৰে নির্মিত
সমার্থক : টুকুৰা