সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : শৰীৰত খুউবকৈ খজুওৱা এবিধ ৰোগ
উদাহরণ : তেওঁক খজতিয়ে আমনি কৰিছে
সমার্থক : খজতি, খজুলি
অর্থ : কোনো অংগক খজুৱাবলে প্রৱল ইচ্ছা হোৱা
উদাহরণ : মোৰ ভৰিত খজুৱতি হৈছে
অর্থ : খজুৱতি উঠা অৱস্থা বা ভাৱ
উদাহরণ : খৰৰ খজুৱতিৰ পৰা তেওঁ বৰ আমনি পাইছে
ইনস্টল