পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ক্ষয় শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ক্ষয়   বিশেষ্য

অর্থ : জলবায়ু আদিৰ প্রভাৱৰ কাৰণে হোৱা পৰি্ৱর্তন ্যাৰফলত বস্তু-বাহানি আদি বেয়া হৈ যায়

উদাহরণ : সময়ৰ লগে লগে ঐতিহাসিক প্রাসাদবোৰৰ অৱক্ষয় হোৱা পৰিলক্ষিত হৈছে

সমার্থক : অৱক্ষয়

অর্থ : উপকাৰৰ বিপৰীত কাম বা অনুচিত বা বেয়া কাম

উদাহরণ : কাৰো অপকাৰ নকৰিবা

সমার্থক : অনিষ্ট, অপকাৰ, ক্ষতি, বৰবাদ, হানি

অর্থ : লাহে-লাহে কমি যোৱা বা নষ্ট হৈ যোৱা কার্য

উদাহরণ : বৃদ্ধাৱস্থাত স্মৰণ শক্তি হ্রাস পাবলৈ ধৰে

সমার্থক : অপচয়, হ্রাস

অর্থ : কোনো বস্তুৰ অস্তিত্বৰ সমাপ্তি

উদাহরণ : বিনাশৰ সময়ত বুদ্ধি লোপ পায়

সমার্থক : উচ্ছেদ, নিপাত, বিলোপ, লোপ

चौपाल