পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কোষাগাৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কোষাগাৰ   বিশেষ্য

অর্থ : বহুমূলীয়া বা উৎকৃষ্ট বস্তুৰ সংগ্রহ

উদাহরণ : তেওঁৰ ওচৰত পুৰণি মুদ্রা, গহণা আদিৰ ভাণ্ডাৰ আছে

সমার্থক : কোষ, ভঁৰ্াল, ভঁৰ্াল ঘৰ, ভাণ্ডাৰ

অর্থ : বহুত ধন থকা কোষ বা স্থান

উদাহরণ : ডকাইতে কোষাগাৰত থোৱা সকলো ধন লুট কৰি লৈ গʼল

সমার্থক : কোষ, খাজানা, ভাণ্ডাৰ

অর্থ : ৰজা বা ধনীসকলে কাপোৰ বা গহনা ৰখা ডাঙৰ কোঠা বা স্থান

উদাহরণ : চোৰবোৰে কোষাগাৰৰ চিপাহীক বেহুচ কৰি দিলে

चौपाल