অর্থ : যি উপকৰণেৰে কিবা লিখা হয় যিহৰ দ্বাৰা লিখাৰ কাম কৰা হয়
উদাহরণ :
প্রাচীন কালত মৌৰাৰ পাখি কলমৰ ৰূপত ব্যৱহাৰ কৰিছিল
সমার্থক : কলম
অর্থ : প্রতিযোগিতা আদিত বিজেতাক দিয়া পাত্রৰ আকাৰৰ ধাতুৰ নির্মিত বস্তু বিশেষ
উদাহরণ :
তেওঁ ্দৌৰ প্রতিযোগিতাত অংশগ্রহণ কৰি ্স্বর্ণ্্কাপ অর্জন কৰিলে