পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কষ্ট শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কষ্ট   বিশেষ্য

অর্থ : কোনো উদ্দেশ্য সাধনৰ বাবে কৰা কাম:তেওঁ্ সফলতা পোৱাৰ কাৰণে অতিপাত চেষ্টা কৰিছিল

উদাহরণ :

সমার্থক : চেষ্টা, প্রচেষ্টা, প্রযত্ন, প্রয়াস, যত্ন

অর্থ : মনে অসন্তোষ আৰু কষ্ট পোৱা এনে এক অৱস্থা বা কথা যাৰ যোগেদি মনোকষ্ট লাঘৱৰ বাবে স্বাভাৱিক প্রবৃত্তিৰ মূর্ত ্ প্রকাশ ঘটে

উদাহরণ : দুখত পৰিলেহে ৰাম নাম লʼবলৈ মনত পৰে

সমার্থক : অসুখ, দুঃখ, দুখ, পীড়া, বেজাৰ, বেদনা, মনঃক্লেশ, মনস্তাপ, যাতনা, শোক, সন্তাপ

অর্থ : শৰীৰত আঘাত পালে, ঘা হʼলে অথবা মোচোকা খালে অনুভৱ হোৱা অৱস্থা

উদাহরণ : ৰোগীৰ কষ্ট দিনে-দিনে বাঢ়িহে গৈছে

সমার্থক : কৃচ্ছ্র, ক্লিষ্টতা, ক্লেশ, নিকাৰ, পীড়া, বেদনা, ব্যথা, যন্ত্রণা, যাতনা

অর্থ : শৰীৰ বা মনত দিয়া বা হোৱা পীড়া

উদাহরণ : ভাৰতক স্বাধীন কৰিবৰ কাৰণে দেশভক্তসকলে বহুত কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল

সমার্থক : দুখ, দুখ-কষ্ট, দুখ-বেদনা, যন্ত্রণা, যাতনা

चौपाल