পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কলম শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কলম   বিশেষ্য

অর্থ : যি উপকৰণেৰে কিবা লিখা হয় যিহৰ দ্বাৰা লিখাৰ কাম কৰা হয়

উদাহরণ : প্রাচীন কালত মৌৰাৰ পাখি কলমৰ ৰূপত ব্যৱহাৰ কৰিছিল

সমার্থক : কাপ

অর্থ : কাগজ আদিত চিঞাহীৰ সংযোগত লিখা উপকৰণ

উদাহরণ : এই কলমটো মোক এজন বন্ধুৱে উপহাৰস্বৰূপে দিছে

সমার্থক : কাপ, নিজৰি কাপ, পেন, লেখনী

অর্থ : কাঠ, ইকৰা আদিৰে তৈয়াৰ কৰা কোনো লেখন উপকৰণ যাক চিয়াহীত ডুবাই-ডুবাই লিখা হয়

উদাহরণ : ছাত্রই ইকৰাৰ কলমেৰে লিখি আছে

সমার্থক : লেখনি

चौपाल