পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কল   বিশেষ্য

অর্থ : বিজুলী, খনিজ তেল, কয়লা আদিৰে বেলেগ বেলেগ সা-সৰঞ্জাম পৰিচালিত কৰা যতন বিশেষ

উদাহরণ : ইঞ্জিনৰ বিজুতিৰ বাবে উৰাজাহাজখনে অৱতৰণ কৰিব লগা হʼল

সমার্থক : ইঞ্জিন, চলন যন্ত্র, মেচিন, যন্ত্র

অর্থ : দীঘলীয়া মঙহাল আৰু মিঠা সোৱাদৰ ফল লগা, দুই-তিনি মিটাৰ দীঘল পাতৰ এবিধ গছ, যি এবাৰ ফল দি মৰি যোৱা

উদাহরণ : তেওঁ ঘৰৰ পিছফালে কলগছ ৰুইছে

সমার্থক : কদলীগছ, কলগছ

অর্থ : কোনো বিশেষ কাম কৰিবলৈ বা কোনো বস্তু বনাবলৈ ব্যৱহাৰ কৰা উপকৰণ

উদাহরণ : আধুনিক যুগত নতুন নতুন যন্ত্রৰ সৃষ্টি হৈ আছে

সমার্থক : মেচিন, যন্ত্র, যন্ত্র-পাতি

অর্থ : এবিধ দীঘলীয়া মঙহাল মিঠা ফল

উদাহরণ : তেওঁ ্ কল খাই আছে

সমার্থক : কদলী, ৰম্ভা

चौपाल