পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ঋণী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ঋণী   বিশেষ্য

অর্থ : যিজনে ধাৰ ঋণ লৈছে

উদাহরণ : পুৰণি ঋণীসকলক বেংকে সোনকালে ঋণ জমা কৰিবলৈ কৈছে

সমার্থক : ঋণকর্তা, ধৰুৱা

অর্থ : যিজনৰ কাৰোবাক কিবা দিবলৈ বাকী ৰৈ গৈছে

উদাহরণ : তেওঁ ্মোৰ ওচৰত ঋণী কিয়নো তেওঁৰ ্পৰা এতিয়াও এশ টকা পাবলৈ বাকী আছে

সমার্থক : ধৰুৱা

ঋণী   বিশেষণ

অর্থ : যিজনে ঋণ লৈছে

উদাহরণ : বেংকে ঋণী সদস্যসকলক অনতিপলমে ঋণ জমা দিয়াৰ বাবে জাননী প্রেৰণ কৰিছে

সমার্থক : ঋণগ্রস্ত, ধৰুৱা

चौपाल