অর্থ : ভাঙি চিঙি নষ্ট হোৱা
উদাহরণ :
কেতিয়াবা সকলোতকৈ ভাল হিচাপে গণ্য কৰা এই প্রাসাদটো সময়ৰ লগে লগে উৱলি গʼল
সমার্থক : উৱলি যোৱা, বিধ্বস্ত হোৱা
অর্থ : গেলিবলৈ বা পচিবলৈ ধৰা শস্য বা ফল বিশেষ
উদাহরণ :
খেতিয়কজনে পঁ্চা ঘেঁহুবোৰ ৰʼদত শুকুৱাই আছে
সমার্থক : পঁ্চা