পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে উৰোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

উৰোৱা   ক্ৰিয়া

অর্থ : কোনো বস্তু বা জীৱক উৰিবলৈ প্রবৃত্ত কৰা

উদাহরণ : পাইলটে উৰাজাহাজ উৰায়

অর্থ : এবাৰত হেঁ্চা প্রয়োগ বা বল দি পৃথক কৰা বা কাটি দূৰলৈ পেলোৱা

উদাহরণ : সৈনিকে শত্রুৰ শিৰ উৰাই দিলে

সমার্থক : উৰাই দিয়া

অর্থ : বতাহত ইফালে-সিফালে বিচৰণ কৰোৱা বা প্রসাৰিত কৰোৱা

উদাহরণ : হোলীত মানুহে আবিৰ আৰু ফাকুৱা উৰায়

चौपाल