পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে উপসভাপতি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

উপসভাপতি   বিশেষ্য

অর্থ : কোনো সংস্থাৰ সভাপতিৰ পিছতে থকা পদাধিকাৰী আৰু যি সভাপতিৰ অনুপস্থিতিত ্ তেওঁৰ সকলো কাম চম্ভালে

উদাহরণ : পণ্ডিত ৰমাশংকৰদেৱ এই সংস্থাটোৰ উপ সভাপতি

সমার্থক : উপ সভাপতি, উপ-সভাপতি

অর্থ : সভাপতিৰ অনুপস্থিতিত সভাপতিৰ কামকাজ সুচাৰুৰূপে চলোৱাৰ কাৰণে থকা বিশেষ বিষয়া বা সভাপতিতকৈ সৰু অথচ মন্ত্রীতকৈ ডাঙৰ বিষয়া

উদাহরণ : সভাপতিৰ অনুপস্থিতত ্তেওঁৰ সকলো কার্য উপসভাপতিয়ে কৰে

সমার্থক : উপ-সভাপতি, ভাইচ প্রেচিডেণ্ট

चौपाल