পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে উপযোগিতা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

উপযোগিতা   বিশেষ্য

অর্থ : ব্যৱহাৰ বা প্রয়োজনত অহা ভাব বা অৱস্থা

উদাহরণ : জনতাৰ উপযোগিতাৰ প্রতি লক্ষ্য ৰাখি সুলভ শৌচালয়ৰ ব্যৱস্থা কৰা হৈছে

অর্থ : কোনো বস্তুৰ মহত্ত্ব বা মানদণ্ডৰ বিচাৰ কৰা গুণ বিশেষ

উদাহরণ : সময়ৰ উপযোগিতাক বুজি নোপোৱাজনে পিছত পস্তাবলগীয়া হয়

অর্থ : কামত অহা বা লগা যোগ্যতা

উদাহরণ : বস্তুৰ উপযোগিতা অনুযায়ীহে আমি ইয়াৰ চয়ন কৰোঁ

चौपाल