পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে উপযুক্ত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

উপযুক্ত   বিশেষণ

অর্থ : যি কোনো কাম কৰিবৰ বাবে সমর্থ

উদাহরণ : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল

সমার্থক : উচিত, ঠিক, যথাযথ, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য

অর্থ : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল

উদাহরণ :

সমার্থক : উচিত, ঠিক, যথাযোগ্য, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমীচীন, সমুচিত, হক, ্ যথাযথ

অর্থ : সকলো দৃষ্টিৰে সকলো ৰূপতে উচিত

উদাহরণ : মন্ত্রী মহোদয় থাকিবৰ উপযুক্ত ব্যৱস্থা কৰি তোলা হৈছে

সমার্থক : উচিত, যোগ্য, সমুচিত

অর্থ : যেনে হোৱা উচিত তেনেধৰণৰ

উদাহরণ : এই কথাটো মোৰ উচিত যেন লগা নাই

সমার্থক : উচিত, ঠিক, যোগ্য, সঠিক

অর্থ : কিবা পোৱা বা লোৱাৰ যোগ্য

উদাহরণ : তেওঁ ্মাৰ খোৱাৰ যোগ্য

সমার্থক : যোগ্য

चौपाल