পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে উপক্রম শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

উপক্রম   বিশেষ্য

অর্থ : কোনো কাম, কথা আদিৰ আৰম্ভণী হোৱা বা কৰা কার্য

উদাহরণ : আহক এই নতুন কামটোৰ আৰম্ভ কৰোঁ

সমার্থক : আৰম্ভ, আৰম্ভণ, আৰম্ভণি, ছৰু, প্রাৰম্ভ, শুভাৰম্ভ, শুভাৰম্ভণ, শুৰু, সমাৰম্ভ, সূচনা, সূত্রপাত

অর্থ : নিজৰ কাম, অধিকাৰ ক্ষেত্র আদিৰ সীমা পাৰ হৈ এনে ঠাই পোৱা কার্য, যʼত ্ যোৱা বা থকা অনুচিত, ্ মর্যাদা-বিৰুদ্ধ বা অবৈধ

উদাহরণ : সীমান্তত অতিক্রমণ ৰোধ কৰিবৰ কাৰণে ভাৰতীয় সেনাই পহৰা দি আছে

সমার্থক : অতিক্রমণ, উলংঘন, লংঘন

चौपाल