পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে উদ্ধাৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

উদ্ধাৰ   বিশেষ্য

অর্থ : কষ্ট বা বিপত্তি আদিৰ পৰা ৰক্ষা কৰা

উদাহরণ : আমাৰ সকলোকে উদ্ধাৰ কৰিব পৰা একমাত্র ঈশ্বৰহে আছে

সমার্থক : নিস্তাৰ

অর্থ : ঋণৰ পৰা মুক্তি

উদাহরণ : মহাজনৰ ঋণৰ পৰা এই জনমত উদ্ধাৰ পাব নোৱাৰিম

चौपाल